No menu items!
More

    Bishrut Saikia – Usha-Aniruddha ft. Prarthana Kashyap Lyrics

    Bishrut Saikia – Usha-Aniruddha ft. Prarthana Kashyap ( Lyrics ) Letra Bishrut Saikia Bishrut Saikia – Usha-Aniruddha ft. Prarthana Kashyap ( Lyrics Letra)
    আমি আছোঁ বাবে মৰম আছেনে
    মৰম আছে বাবে আমি?
    হিয়া দিয়াৰ কথা ক’লেহে
    হিয়া দিবা নেকি?
    এনে নহয় ভাবি গণি মই
    প্ৰেম কৰিবলে থাকিম,
    চকুৰ আগত অহাৰ আগে
    তোমাৰ সপোনলে আহিম।

    সপোন মই যদি দেখো
    কেনেকৈনো ফলিয়াব?
    চিত্ৰলেখাৰ অবিহনে
    কোনে তোমাক আনি দিব?

    উষায়ে বিচাৰে যদি আহিব অনিৰুদ্ধ।

    আমি আছোঁ বাবে সময় আছেনে
    সময় আছে বাবে আমি?
    অতীতৰে কাহিনী গতি কৰি
    পালেহি আজি।

    বাণ ৰজাৰ এহেজাৰ হাতে‌
    যদি ধৰে মোক ৰাখি!
    তোমাৰ হাতে বাউল দিলে
    আহিম সকলো ভাঙি।

    কিনো হ’ব কথা দিলে
    সময়েহে ক’ব,
    বাণ ৰজা আজিৰ দিনত
    কোটি হাতৰ ওলাব

    উষায়ে বিচাৰে যদি জিকিব অনিৰুদ্ধ।

    তুমি আছা বাবে মই আছোঁনে
    নিজৰ কথাকেহে ধৰি!
    অগ্নিগড়ৰ ৰঙা জুই দেখি
    তুমি ভয় কৰা নেকি?

    ভাবি গণি কৰা প্ৰেম মাথোঁ
    আচল হয় যদি,
    সপোনৰে প্ৰেম কেনেকৈ
    মিছা ক’বা নেকি?

    কিনো হ’ব সঁচা হ’লে
    সপোন এদিন ভাঙিব।

    ভঙা সপোন দেখিবলে
    কাষৰতে কোন ৰ’ব?

    উষায়ে বিচাৰে যদি থাকিব অনিৰুদ্ধ।
    উষায়ে বিচাৰে যদি জিকিব অনিৰুদ্ধ।
    উষায়ে বিচাৰে যদি আহিব অনিৰুদ্ধ।

    উষায়ে বিচাৰে আজি আহক অনিৰুদ্ধ।
    Lyrics, Letras, Paroles, Deutsche, Letras, Testi,Тексты, Texty, Norske, Текстови, Versuri, Persian, Liricí, Lirik, Nederlandse, Tagalog

    Advertisement

    Roro Harb – Asmar...

    Roro Harb - Asmar Nutella ( Lyrics) | رورو...

    Feid – Alakran Lyrics

    Feid - Alakran ( Lyrics) Letra FeidVEVO Feid -...

    蕭敬騰 Jam Hsiao 《白夜》...

    蕭敬騰 Jam Hsiao 《白夜》 Lyrics Letra Letra...

    Velet – Umudunu Kesme...

    Velet - Umudunu Kesme ( Lyrics ) Letra VELET...

    Chi Pu | HOA...

    Chi Pu | HOA DƯỚI MẶT TRỜI ( Lyrics...

    D Voice Ft Zuchu...

    D Voice Ft Zuchu - BamBam ( Lyrics...